মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাৰ' হঠাৎ কিয় এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ?

TIME8 28.6K Views
  • 489
  • 51
  • 164

Generating Download Links...

মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাৰ'
'হিমন্ত বিশ্ব শৰ্মা এজন অতি সফল মন্ত্ৰী'
'২০ বছৰ ধৰি অতি সফল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা'
'সিদ্ধান্ত...

Posted 1 year ago

Prodip Kalita 1 year ago

100 % Right...

Nipul Borah 1 year ago

সময় থাকোতেই সৰ্বাদাই শৰ মাৰিবৰ হ'ল, নহলে শৰ পহুৰ মঙহ হেৰাব যেন পাইছো ,তলে তলে লেং মাৰিব যেন পাইছো ,সৰ্বাদা আপোনি সকলো আনৰ ওৰত এৰি নিদিব ,কিছুমান দায়িত্ব নিজেই লওক ৷

Debabrata Acharjee 1 year ago

Yes HONORABLE EDUCATION MINISTER WILL BE OUR NEXT CM. IF PARTY DEESIDE. ❤❤🙏

Muyizur Rahman 1 year ago

কংগ্ৰেছত থাকোতেই মুখ্যমন্ত্ৰী আসন খনলৈ লোভনীয় দৃষ্টি নিক্ষেপ কৰি অবশেষত নাঙঠ হৈ দল এৰিবলৈ বাধ্য হোৱা এই সকল ক্ষমতালোভীয়ে বিজেপিত গৈও মুখ্যমন্ত্ৰী আসন খনৰ লোভ সামৰিব নোৱাৰি একেই লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে ।

Lohit Das 1 year ago

Definitely ,....100% I saport him.

Noor Hussin 1 year ago

100% Right.

Bulbul Hussain 1 year ago

কথাষাৰ কিন্তু চল চাই কৈ দিলে ।আগলৈ যে তেওঁলোকে কি ৰূপ ধাৰণ কৰিব

Bikash Kakati 1 year ago

Aibar jodi CM hobo napai tetiya pise kon fale bagoribo... Ne Aamingaon, gouripur, changcari t thoka mati bilak t company xulibo😁

Mukunda Sarma 1 year ago

BJP t besi vagei congsr HBS cm hbi.

Bharat Saikia 1 year ago

Akhil gogoik bandi kari sarba dar fild beya karile aru himu dai jailor pora khuli dile sob clear hoi jabo. Buji pabo lage.